Indian whisky wins

‘বিশ্বৰ শ্ৰেষ্ঠ হুইস্কি’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ 'ইন্দ্ৰি'। লগতে ভাৰতত নির্মিত ইন্দ্ৰি হুইস্কিয়ে ২০২৩ চনৰ বাবে 'বেষ্ট ইন শ্ব', ডাবল গোল্ড' বঁটা লাভ কৰিছে।  ইন্দ্ৰিয়ে বিশ্বৰ আন ১০০ৰো অধিক হুইস্কিক পৰাস্ত কৰি শ্রেষ্ঠ হুইস্কি প্রতিযোগিতাত এই বঁটা লাভ কৰে। scotch, bourbon, Canadian, Australian, and British single malts আদি  আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডক পৰাস্ত কৰি ভাৰতৰ ইন্দ্ৰিয়ে শ্ৰেষ্ঠ হুইস্কিৰ বঁটাৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছে ।