News

নতুন মন্ত্ৰীসভাত স্থান পাব পাৰে ডাঃ ৰণোজ পেগুৱে। ডাঃ ৰণোজ পেগু থাকিব পাৰে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত।

পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান পাব পাৰে বিমল বড়াই। বিগত কাৰ্যকালত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্ব পালন কৰিছিল বিমল বড়াই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে পীযুষ হাজৰিকাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মৰা মন্ত্ৰীসভাত পুনৰ স্থান লাভ কৰিব পাৰে জয়ন্ত মল্লবৰুৱায়ো।

সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে বৰাকৰ বিধায়ক কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে।