‘মিচেছৰ সৈতে প্ৰথমটো হোলী’! যুগ্মজীৱনৰ প্ৰথমটো হোলিত সিদ্ধাৰ্থ মালহোট্ৰাই শ্বেয়াৰ কৰিলে বিশেষ ফটো UB Photos March 07 / 2023 আজি আবিৰৰ ৰঙত বিলীন সকলো। অভিনেতা-অভিনেত্ৰী সকলেও আনন্দেৰে উদযাপন কৰিছে হোলী। শেহতীয়াকৈ বিবাহপাশত আৱদ্ধ হোৱা জনপ্ৰিয় যুঁটি সিদ্ধাৰ্থ আৰু কিয়াৰা আদৱানীয়েও বিবাহৰ পিছত প্ৰথমটো হোলী উদযাপন কৰিছে। Tags UB Photos UB News Sidharth Kiara Read more about ‘মিচেছৰ সৈতে প্ৰথমটো হোলী’! যুগ্মজীৱনৰ প্ৰথমটো হোলিত সিদ্ধাৰ্থ মালহোট্ৰাই শ্বেয়াৰ কৰিলে বিশেষ ফটোLog in to post comments