‘মিচেছৰ সৈতে প্ৰথমটো হোলী’! যুগ্মজীৱনৰ প্ৰথমটো হোলিত সিদ্ধাৰ্থ মালহোট্ৰাই শ্বেয়াৰ কৰিলে বিশেষ ফটো

Sid

 

আজি আবিৰৰ ৰঙত বিলীন সকলো। অভিনেতা-অভিনেত্ৰী সকলেও আনন্দেৰে উদযাপন কৰিছে হোলী। শেহতীয়াকৈ বিবাহপাশত আৱদ্ধ হোৱা জনপ্ৰিয় যুঁটি সিদ্ধাৰ্থ আৰু কিয়াৰা আদৱানীয়েও বিবাহৰ পিছত প্ৰথমটো হোলী উদযাপন কৰিছে।

1

অভিনেতা সিদ্ধাৰ্থ মালহোট্ৰাই পত্নী কিয়াৰাৰ লগত এখন ফটো শ্বেয়াৰ কৰি লিখিছে- ‘মিচেছৰ সৈতে প্ৰথমটো হোলি’।অভিনেতাজনৰ পষ্টটোত কমেন্টেৰে উপচাই পেলাইছে অনুৰাগীসকলে।   

Category