UB News UB photos assam assamesenews fish

ৰাজ্যৰ মাছৰ বজাৰত গ্ৰাহকৰ হাহাকাৰ

বৃদ্ধি পাইছে থলুৱা মাছৰ দাম

একাংশ ব্যৱসায়ীয়ে লৈছে ইয়াৰ সুযোগ

মাছ খাবলৈ বহুবাৰ চিন্তা কৰিছে গ্ৰাহকে

ভকুৱা মাছৰ দাম বৃদ্ধি পাইছে ১০০-২০০ টকালৈ

শিঙি মাছৰ দাম হৈছেগৈ ৮০০ টকা পৰ্যন্ত

মাগুৰ মাছৰ দাম হ’লগৈ প্ৰতিকিলোত ১৬০০ টকা