UB Photos April 29 / 2023 ৰাজ্যৰ মাছৰ বজাৰত গ্ৰাহকৰ হাহাকাৰ বৃদ্ধি পাইছে থলুৱা মাছৰ দাম একাংশ ব্যৱসায়ীয়ে লৈছে ইয়াৰ সুযোগ মাছ খাবলৈ বহুবাৰ চিন্তা কৰিছে গ্ৰাহকে ভকুৱা মাছৰ দাম বৃদ্ধি পাইছে ১০০-২০০ টকালৈ শিঙি মাছৰ দাম হৈছেগৈ ৮০০ টকা পৰ্যন্ত মাগুৰ মাছৰ দাম হ’লগৈ প্ৰতিকিলোত ১৬০০ টকা Category News Tags UB News UB photos assam assamesenews fish Log in to post comments