দেওবাৰে অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ খিতাপ দখল কৰি আবেগিক হৈ পৰিল ৰাফেল নাদাল UB Photos January 31 / 2022 স্পেইনৰ ৰাফেল নাদালে দেওবাৰে অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ খিতাপ দখল কৰে। স্পেইনৰ চুপাৰষ্টাৰ গৰাকীয়ে পুৰুষ ছিংগলছৰ প্ৰত্যাহ্বান পূৰ্ণ ফাইনেল খেলখনত ৰাছিয়াৰ দানিল মেদভেদেভক পৰাস্ত কৰি ২১ সংখ্যক গ্ৰেণ্ড শ্লেম জয় কৰি অভিলেখ গঢ়ে। Tags UB Photos Australian Open Rafael Nadal Spanish Tennis Player Read more about দেওবাৰে অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ খিতাপ দখল কৰি আবেগিক হৈ পৰিল ৰাফেল নাদালLog in to post comments