Loksabha Election 2024

ৰাজ্যত শান্তিপূৰ্ণভাৱে অন্ত পৰিল গণতন্ত্ৰৰ উৎসৱ
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰৰ উৎসাহজনক সঁহাৰি
EVMত বন্দী হ’ল ৪৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য
তৃতীয় পৰ্য়ায়ত ৪ সমষ্টিত ভোটদানৰ হাৰ 81.71%
তৃতীয় পৰ্যায়ত ভোটদানৰ হাৰেৰে দেশৰ ভিতৰত প্ৰথম অসম
ধুবুৰী সমষ্টিত সৰ্বাধিক ভোটদানৰ হাৰ 92.68%
গুৱাহাটী সংসদীয় সমষ্টিত ভোটদানৰ হাৰ 75.67%
কোকৰাঝাৰ সংসদীয় সমষ্টিত ভোটদানৰ হাৰ 80.44%
বৰপেটা সংসদীয় সমষ্টিত ভোটদানৰ হাৰ 82.02%
ভোটদানৰ প্ৰকৃত হাৰৰ সামান্য তাৰতম্য হ’ব পাৰে
৪ জুনত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল