১৪ মে’ত মনোনয়ন দাখিল কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে! বাৰানসী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে.....

modi

১৪ মে’ত মনোনয়ন দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
বাৰানসী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
মনোনয়ন দাখিলৰ পূৰ্বে বাৰানসীত প্ৰধানমন্ত্ৰীৰ বিশাল ৰোড শ্ব’
১ জুনত উত্তৰ প্ৰদেশৰ বাৰানসীত অন্তিম পৰ্যায়ৰ নিৰ্বাচন
১ জুনত EVMত বন্দী হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাগ্য
মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছৰ অজয় ৰায়ে
তৃতীয়বাৰৰ বাবে বাৰানসীৰ পৰা নিৰ্বাচন খেলিব মোদীয়ে
২০১৪ৰ পৰা একেলেঠাৰীয়ে মোদীৰ দখলত আছে বাৰানসী

Category
Profile picture for user UB Photos