সমাগত অম্বুবাচী মেলা! ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী, তৎপৰ মহানগৰ জিলা প্ৰশাসন UB Photos April 29 / 2023 সমাগত অম্বুবাচী মেলা ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী তৎপৰ মহানগৰ জিলা প্ৰশাসন প্ৰশাসনৰ শীৰ্ষ বিষয়া, মন্দিৰ পৰিচালনাৰ বৈঠক জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই বৈঠক মহানগৰীৰ স্বচ্ছতাৰ বাবে লোৱা হ’ব বিশেষ পদক্ষেপ ভক্তৰ সুবিধাৰ্থে কৰা হ’ব সকলো ব্যৱস্থা কঠোৰ কৰি তোলা হ’ব মহানগৰীৰ নিৰাপত্তা Tags UB Photos UB news Assam Assamese News Guwahati kamakhya temple Read more about সমাগত অম্বুবাচী মেলা! ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী, তৎপৰ মহানগৰ জিলা প্ৰশাসনLog in to post comments