UB Photos UB news Assam Assamese News Bird

সোণত সুৱগা চৰাই বাক্সাৰ বৰমা পূৱ চ’কৰ বাহনি ডৰালৈ জাক জাক বগলীয়ে প্ৰকৃতি প্ৰেমী লোকলকললৈ কঢ়িয়াই আনিছে আনন্দ। অজান ঠাইৰ পৰা বিভিন্ন প্ৰজাতিৰ বগলীবোৰ আহে বৰমা পুৱ চ’কৰ স্থানীয় লোকৰ বাহনিৰ মাজলৈ। । প্ৰকৃতিৰ বুকুত সৌন্দৰ্য্য সানি বগলীবোৰে আপোন পাহৰা হয়। পথচাৰীয়ে ৰৈ ৰৈ চায় পোৱালিবোৰক খাদ্য খুওৱা দৃশ্য । জীৱ শ্ৰেষ্ঠ মানৱক দেখুৱাই দিয়ে আত্মীয়তাবোৰ কেনেকৈ গঢ়ে। জীৱ শ্ৰেষ্ঠ মানুহে কেতিয়াবা কেতিয়াবা বগলীবোৰ মাৰিব আহে যদিও স্থানীয় লোকৰ সচেতনতাৰ বাবে তেনে কাম কৰিব নোৱাৰে। বৰমাত বগলী সংৰক্ষণত স্থানীয় ৰাইজৰ সচেতনতাৰ বাবে কোনো চিকাৰীয়ে বগলী হত্যা কৰিব পৰা নাই। এই বগলীবোৰ ছয়মাহ মান থাকি অজান ঠাইলৈ গুচি যা