#ubphotos #chattishgarh #Attack #maoist

চত্তিশগড়ৰ দন্তেৱাৰাত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ। ঘটনাস্থলীতে নিহত আৰক্ষীৰ ১১ জন জোৱান। 

পথত পুতি থোৱা IED ৰ বিস্ফোৰণ। বিস্ফোৰণত বিধ্বস্ত এখন আৰক্ষীৰ বাহন। বাহনখনে কঢ়িয়াই নিছিল আৰক্ষী জোৱানকেইজনক। ঘটনাস্থলীত অব্যাহত আৰক্ষী-মাওবাদীৰ সংঘৰ্ষ।