ৰাজধানী দিল্লীত পুনৰ ৰাজ্য কপাঁই যোৱা জঘন্য কাণ্ড। উদণ্ড ৫ সুৰামত্ত যুৱকৰ নৃশংসতাৰ বলি এগৰাকী যুৱতী। তীব্ৰবেগী গাড়ীয়ে বহু দূৰলৈ চোচৰাই নিলে যুৱতী গৰাকীক। নৱবৰ্ষ উদযাপনৰ নামত সুৰামত্ত যুৱকৰ সীমাচেৰাই যোৱা উদ্ভণ্ডালি।এখন স্কুটীৰে গৈ থকা এগৰাকী যুৱতীক খুন্দিয়াই কে