মৰিগাঁৱৰ মালপুটাত ভয়ংকৰ পথ দুৰ্ঘটনা
মৰিগাঁও জিলাৰ মালপুটাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বল বম যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, মৃত যুৱকজনক মৰিগাঁৱৰ ন-ভেটি অঞ্চলৰ মানৱজ্যোতি দাস বুলি চিনাক্ত কৰা হৈছে। আহত যুৱকজন দাদুল কাকতি বুলি জানিব পৰা গৈছে।
- Read more about মৰিগাঁৱৰ মালপুটাত ভয়ংকৰ পথ দুৰ্ঘটনা
- Log in to post comments