মহানগৰীত এতিয়াৰে পৰা পাহাৰ খনন কৰিলে বাজিব চাইৰেণ...

ghy

মহানগৰীত এতিয়াৰে পৰা পাহাৰ খনন কৰিলে বাজিব চাইৰেণ।
State Space Applicationৰ সহযোগ বিচাৰিলে প্ৰশাসনে।
Space Applicationক এক চাইৰেন প্ৰযুক্তি প্ৰস্তুতিৰ অনুৰোধ।
আদালতত এই তথ্য অৱগত কৰিলে ৰাজ্য চৰকাৰে।
গুৱাহাটীৰ কৃত্ৰিম বাণ নিয়ন্ত্ৰণ সন্দৰ্ভত এক গোচৰত শপতনামা যোগে এই তথ্য সদৰী কৰিছে।
উল্লেখযোগ্য যে বিগত সময়ত পাহাৰৰ মাটি কটা অৱস্থাত ৫৩খন জেচিবি/ডাম্পাৰ জব্দ কৰিছে বন বিভাগে।
লগতে এই বাহন সমূহত কঢ়িয়াই অনা ৫৬,৭০০ কিউবিক টন মাটিও জব্দ কৰিছে।বন বিভাগে।
দ' ঠাইত ঘৰ নিৰ্মাণৰ অনুমতি বাতিল। 
সকলো নিৰ্মাণ কাৰ্য্যৰ সৈতে নলা নৰ্দমাৰ নক্সা প্ৰদান আদি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

Category