অনুসূচিত জাতি যুৱ ছাত্র পৰিষদৰ সভাপতি ৰুবুল দাসক আটক

guwahati

অনুসূচিত জাতিৰ নেতাৰ ৰুবুল দাসৰ বাসগৃহত দিছপুৰ আৰু চানমাৰী আৰক্ষীৰ অভিযান

অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ সংগঠনটোৰ সভাপতি ৰুবুল দাস

পুৰণি এটা গোচৰৰ  ভিত্তিত আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে

৭ বজাৰ পৰা মাৰথন জেৰা অব্যাহত ৰাখিছে ৰুবুল দাসৰ বামুণীমৈদামৰ গণেশ নগৰৰ অমূল্য ৰেছিডেন্সীত

আৰক্ষীৰ অভিযানত দিছপুৰ আৰক্ষীয়ে আটক কৰে ৰুবুল দাসক

 ঘৰৰ পৰা জব্দ কৰে বহু নথি পত্ৰ

Category