টীয়কত সক্ৰিয় গু*লী*সহ পি*ষ্ট*ল উদ্ধাৰ

jorhat

যোৰহাটত গ্ৰেপ্তাৰ পিষ্টলসহ যুৱক

গোপাল দাস নামৰ এজন যুৱকৰ পৰা দুজাই সজীৱ গুলীসহ 7.65 এম এম পিষ্টল উদ্ধাৰ কৰা হয়

ভোগদৈ আৰু লাহদৈগড় আৰক্ষী অভিযানত এই সফলতা

পিষ্টলসহ গোপাল দাসক লাচিত মৈদাম ৰোডৰ পৰা আটক কৰা হৈছিল

নতুন মেলেঙৰ গোপালক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাই আছে

ক্ৰাইমৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অভিষেক যাদৱ আৰু ভোগদৈ আৰক্ষী চকী বিষয়া  আকাশ গগৈ আৰু লাহদৈগড় আৰক্ষী নেতৃত্বত চলিছিল এই অভিযান

Category