মৰিগাঁৱত সমূহীয়া বিবাহ, হোমৰ গুৰিত বহিল ১২০যোৰা দৰা-কইনা

morigaon

আয়তীৰ জাত-জাত উৰুলি, বিয়ানাম আৰু পাতিঢোলৰ চেওৰ মাজতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে মৰিগাঁও বঘৰাত সমূহীয়া বিবাহ

মৰিগাঁও বঘৰাত স্বামী বিবেকানন্দ চেতনা মঞ্চ আৰু সহায় অসমৰ প্ৰসংশনীয় পদক্ষেপ।

একেলগে ১২০ যোৰা দৰা কইনাৰ কৰালে সমূহীয়া বিবাহ কাৰ্যক্ৰম।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ একাধিক আৰ্থিক অসুবিধাৰ বাবে বৈদিক ৰীতি নীতি অনুসৰি সামাজিক বান্ধোনত আনুষ্ঠানিক বিবাহ কাৰ্য্য সম্পাদন কৰিব নোৱাৰা ১২০ যোৰা দৰা কইনাৰ সমূহীয়া বিবাহ কাৰ্যক্ৰম সম্পন্ন কৰাত উৎফুল্লিত বিবাহিত দম্পতী সকল আৰু তেওঁ লোকৰ আত্মীয় স্বজন সকলো।


 

Category
Tags