জুবিন গাৰ্গৰ সপোনৰ বাহন ৰেঞ্জ ৰ’ভাৰ বিক্ৰী!

Zubeen Garg

জুবিন গাৰ্গৰ সপোনৰ বাহন ৰেঞ্জ ৰ’ভাৰ বিক্ৰী!

আজাৰাৰ গড়লৰ যুৱ ব্যৱসায়ী সোণমইনা দাসে ক্ৰয় কৰিলে জুবিন গাৰ্গৰ ৰেঞ্জ ৰ'ভাৰ বাহন।

তথ্য অনুসৰি, জুবিন গাৰ্গ পত্নী গৰিমা শইকীয়া গাৰ্গে বাহনখন বিক্ৰী কৰিছে।

মিৰ্জাৰ গড়লৰ সোণমণি দাসে বাহনখন ক্ৰয় কৰা সোণমণি দাসে নিজেই এই কথা স্বীকাৰ কৰিছে।

সোণমণি দাসৰ ভাষ্য অনুসৰি, ‘জুবিন গাৰ্গক ভালপোৱাৰ বাবেই ক্ৰয় কৰিছিলোঁ বাহনখন।’

Category