খানাপাৰাত তিনিদিনীয়াকৈ পশুধন আৰু হাঁহ-কুকুৰা মেলা,২০২৪! মাঘ বিহুৰ উপলক্ষে এই মেলাৰ আয়োজন............

meela

খানাপাৰা ফাৰ্মগেট খেলপথাৰত কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদমেল

৫ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব চতুৰ্থ পশুধন আৰু হাঁহ-কুকুৰা মেলা,২০২৪

বিভিন্ন প্ৰান্তৰ বহু উদ্যোগী পশুপালকৰ লগতে ২০০ খনতকৈ অধিক বিপনীয়ে অংশ ল'ব মেলাত

তদুপৰি দিল্লী, হাৰিয়ানা, গুজৰাট, ছিক্কিম, মেঘালয় আদি ৰাজ্যৰো বিপনীয়ে অংশ ল'ব মেলাত

এইসমূহ বিপনীত বিভিন্ন জাতৰ উন্নত মানৰ হাঁহ-কুকুৰা, গৰু-ছাগলী, আলংকৰিক চৰাই আদি প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব

ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকক বঁটা, মানপত্ৰসহ ১ লাখ টকাৰে পুৰস্কৃত কৰা হ'ব

এই মেলাৰ আন এক আকৰ্ষণ হিচাপে Dog and Cat Show অনুষ্ঠিত হ'ব

মেলাখন সফলতাৰে সম্পন্ন কৰাত সকলোৰে সহযোগিতা আহ্বান মন্ত্ৰী অতুল বৰাৰ

Category