টাৰ্ম লাইফ, ULIP বা এনড’মেন্ট পলিচি আৰু RE-INSURANCE নিৰ্বিশেষে সকলো ব্যক্তিগত জীৱন বীমা পলিচিৰ ক্ষেত্ৰত জিএছটি ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। ফলশ্ৰুতিত সাধাৰণ লোকৰ বাবে বীমা সুলভ হৈ পৰিব আৰু দেশত বীমাৰ ক’ভাৰেজ বৃদ্ধি পাব ,,,। সকলো ব্যক্তিগত স্বাস্থ্য বীমা পলিচি (ফেমিলি ফ্ল’টাৰ পলিচি আৰু জ্যেষ্ঠ নাগৰিকৰ পলিচিকে ধৰি) আৰু ৰিইঞ্চুৰেন্সৰ ক্ষেত্ৰত জিএছটি ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। ফলশ্ৰুতিত সাধাৰণ লোকৰ বাবে বীমা সুলভ হৈ পৰিব আৰু দেশত বীমাৰ ক’ভাৰেজ বৃদ্ধি পাব।
- Read more about GST কমিব! কিছু সকাহৰ দিশে সাধাৰণ জনতা...
- Log in to post comments