এয়া অসমবাসীৰ বাবে দুঃস্বপ্ন! একেখন গাৱঁতে একেলগে জ্বলিব ১১খনকৈ চিতা...............

assam

গোলাঘাটৰ বছা ভৰলুৱাত কান্দোনৰ ৰোল
একেলগে ১১খনকৈ চিতা
এখন পথাৰত সৎকাৰৰ ৰাজহুৱা প্ৰস্তুতি
গাঁওবাসীয়ে সাজি উলিয়াইছে ১১খন চিতা
ইতিমধ্যে গাঁওখনত ১১টিকৈ নশ্বৰ দেহ
ক্ষন্তেক পিছতে জ্বলি উঠিব চিতাৰ জুই
শোকস্তব্ধ সমগ্ৰ বছাভৰলুৱা
বিভিন্ন স্থানৰ লোকো সমবেত বছা ভৰলুৱাত
গোলাঘাট জিলা প্ৰশাসনৰো বিশেষ উদ্যোগ
একেলগে জ্বলিব পিতৃ আৰু কন্যাৰ চিতা
একেলগে জ্বলিব মাতৃ আৰু কন্যাৰ চিতা
নৱবৰ্ষৰ আৰম্ভণিতে অসমবাসীৰ বাবে দুঃস্বপ্ন
সমগ্ৰ ৰাজ্যবাসী স্তব্ধ দেৰগাঁৱৰ দুৰ্ঘটনাত

Category