যমুনামুখত তীব্ৰ উত্তেজনা! ডাম্পাৰৰ দৌৰাত্মক লৈ উত্তপ্ত পৰিস্থিতি........

jamunamukh

যমুনামুখত চিকিৎসালয়ত তীব্ৰ উত্তেজনা
ডাম্পাৰে সংঘটিত কৰা দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত
ডাম্পাৰে মহতিয়াই নিয়ে বাইক আৰোহীক

গুৰুতৰভাৱে আহত বাইক আৰোহী খুৰ্শিদ আহমেদ
যমুনামুখৰ বৰঝাৰী মাজগাঁৱত এই দুৰ্ঘটনা
চালক আব্দুৰ ৰছিদ ওৰফে মজনুক আটক
চিকিৎসালয়ত উত্তেজিতৰ চিকিৎসকক দুৰ্ব্যৱহাৰ
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি

একাংশ ডাম্পাৰ চালকে প্ৰশাসনৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই দিনে নিশাই অ'ভাৰ লোডিং বালি ভৰ্তি ডাম্পাৰ চলোৱাৰ গুৰুতৰ অভিযোগ। হোজাইৰ বিয়াগোম পৰিবহন বিভাগটোৱে আজিকোপতি এই অঞ্চলটোত।

Category