অদ্ভূত! প্ৰথমবাৰৰ বাবে মানুহৰ মগজুত উদ্ধাৰ এবিধ মাৰাত্মক পেলু....... UB Photos August 31 / 2023 এইবাৰ মানুহৰ মগজুত পোৱা গৈছে এক জীৱন্ত কৃমি। অষ্ট্ৰেলিয়ান এগৰাকী ৬৪ বছৰীয়া মহিলাৰ মগজুত উদ্ধাৰ হৈছে এবিধ মাৰাত্মক কৃমি। এই মাৰাত্মক জীৱিত কৃমিবিধ ৮ চেঃমিঃ দীঘল আছিল। অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্চিটি আৰু কেনবেৰা হাস্পতালৰ চিকিৎসক আৰু গৱেষকে মহিলাগৰাকীৰ মগজুত এই কৃমিবিধ উদ্ধাৰ কৰে। Tags UB Photos UB News Australian Worm Found In Australian Woman's Brain Assamese News Read more about অদ্ভূত! প্ৰথমবাৰৰ বাবে মানুহৰ মগজুত উদ্ধাৰ এবিধ মাৰাত্মক পেলু.......Log in to post comments