অগ্নিগৰ্ভা মণিপুৰ! চুড়াচান্দপুৰ জিলাত জাৰি ১৪৪ ধাৰা,বন্ধ ইণ্টাৰনেট সেৱা UB Photos April 29 / 2023 আজিও অগ্নিগৰ্ভা মণিপুৰ চুড়াচান্দপুৰ জিলাত জাৰি ১৪৪ ধাৰা বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা মুখ্যমন্ত্ৰীৰ সভাস্থলী জ্বলাই দিয়াৰ পিছতে ভয়ংকৰ পৰিস্থিতি বৃহস্পতিবাৰৰ নিশাৰে পৰা অগ্নিগৰ্ভা মণিপুৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ চুড়াচান্দ ভ্ৰমণৰ পূৰ্বে এই ঘটনা Tags UB News UB photos assam assamesenews Manipur Read more about অগ্নিগৰ্ভা মণিপুৰ! চুড়াচান্দপুৰ জিলাত জাৰি ১৪৪ ধাৰা,বন্ধ ইণ্টাৰনেট সেৱাLog in to post comments