Dog Thief

মহানগৰীত এইবাৰ কুকুৰ চোৰ। জালুকবাৰী থানাৰ আৰক্ষীৰ জালত পৰিছে দুটাকৈ কুকুৰ চোৰ। কামাখ্যা কলনীৰ ৰাণা দাস ওৰফে গুডু নামৰ চোৰটোৱে এঘৰ মানুহৰ পৰা এটা জাৰ্মান চেফৰ্ডৰ পোৱালি চুৰি কৰি লৈ যায়। পৰৱৰ্তী সময়ত পোৱালিটো মানস দাসৰ পেট শ্ব’পত বিক্ৰি কৰে ধৃত ৰাণা দাসে।