গণৰাজ্য দিৱসৰ দিনা প্ৰতিবাদ
৭৩ সংখ্যক গণৰাজ্য দিৱসত প্ৰতিবাদ কৰিলে কৰ্মচাৰীয়ে
অৱস্হান ধৰ্মঘটত বহিল চৰকাৰী কৰ্মচাৰী
চৰকাৰৰ প্ৰতি বঞ্চনাৰ অভিযোগ
ইচ্ছা মৃত্যুৰ অনুমতি বিচাৰি এই প্ৰতিবাদ কৰ্মচাৰীৰ
চাকৰি নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদ দুলাল বৰাৰ
নগাঁও লোকনিৰ্মান বিভাগৰ কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদ
দুলাল বৰা লোকনিৰ্মানৰ যান্ত্ৰিক সংমণ্ডলৰ কৰ্মচাৰী