আপুনিও পেঞ্চন যোজনাৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে এলআইচিয়ে লৈ আহিছে এক সুন্দৰ পেঞ্চন প্লেন।
সৰল পেঞ্চন যোজনা নামেৰে এই পলিচীত কেৱল এবাৰ প্ৰিমিয়াম দিলে সমগ্ৰ জীৱন লাভ কৰিব পেঞ্চন। এলআইচি সৰল পেঞ্চন যোজনা এক ছিংগল প্ৰিমিয়াম প্লেন।
এই পলিচী কেৱল এজনৰ নামত হ’ব। পলিচী হ’ল্ডাৰ যিমানদিন জীয়াই থাকিব সিমানদিনেই লাভ কৰিব পেঞ্চন। তাৰপিছত পাব নমিনি বেছ প্ৰিমিয়াম।