এটা ভাইৰেল ভিডিঅ'। ইন্টাৰনেটত ক্ষণিকতে ভাইৰেল হৈ পৰা ভিডিঅ'টো নোচোৱা মানুহ খুব কমেই ওলাব। যি ভিডিঅ' দেখিলে ঘৃণাৰে ওপচি পৰিব আপোনাৰ মন।
ভিডিঅ'টো এটা চুলিৰ পৰিচৰ্যাৰ অনুষ্ঠানৰ। এজন হেয়াৰড্ৰেচাৰে চুলি কটাৰ এটা ভিডিঅ ভাইৰেল হৈ পৰে ছ'ছিয়েল মিডিয়াত। কিয়নো এগৰাকী মহিলাৰ চুলি কটাৰ সময়ত মহিলাৰ চুলিত থুই পেলাইছে হেয়াৰড্ৰেচাৰজনে।
থুই পেলাই বিতৰ্কত সোমোৱা এই মানুহজনৰ নাম জাভেদ হাবিব।