UB News

ৰাজ্যত বন্যহস্তীৰ মুক্ত বিচৰণ। খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে।যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে। এইবাৰ বিজনীৰ বিষ্ণুপুৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণ।বনৰীয়া হাতীক খেদি খেদি বনকৰ্মীৰ অভিযান।বনৰীয়া হাতীক খেদি খেদি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পঠিয়াবলৈ বিষ্ণুপুৰ ফৰেষ্টৰ বনকৰ্মী সকলে অভিযান চলাইছে। জানিব পৰা মতে, খাদ্যৰ সন্ধানত মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনৰীয়া হাতী ওলাই আহি বিজনীৰ উত্তৰাঞ্চল ২নং চিকাঝোৰা গাঁৱৰ ঘন জংঘলৰ ভিতৰত সোমাই যায়। ৰাই