কাইলৈৰ পৰা বন্ধ নহয় পেট্ৰল ডিপু।
এই সিদ্ধান্ত পেট্ৰলিয়াম এছ’চিয়েছন আৰু তেল কোম্পানীৰ।
কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ লগত পেট্ৰল-ডিজেল এছ’চিয়েছন আৰু তেল কোম্পানীৰ সৈতে হোৱা বৈঠকত লোৱা হয় এই সিদ্ধান্ত।
নৰ্থইষ্ট পেট্ৰ'লিয়াম ডিলাৰ এছোছিয়েছ্যন গ্ৰেটাৰ গুৱাহাটীয়ে দুদিনীয়াকৈ আহ্বান কৰিছিল পেট্ৰ'ল পাম্প বন্ধৰ
দহটা দাবীৰ প্ৰায় ছটামান দাবী মানি লৈছে তৈল কোম্পানীয়ে।
দুদিনীয়া বন্ধ প্ৰত্যাহাৰ কৰা বুলি ঘোষণা উপায়ুক্ত বিশ্বজিৎ পেগুৰ।
- Read more about Breaking: কাইলৈৰ পৰা বন্ধ নহয় পেট্ৰল ডিপু
- Log in to post comments