ৰাজ্যৰ মাছৰ বজাৰত গ্ৰাহকৰ হাহাকাৰ! বৃদ্ধি পাইছে থলুৱা মাছৰ দাম

ৰাজ্যৰ মাছৰ বজাৰত গ্ৰাহকৰ হাহাকাৰ!

ৰাজ্যৰ মাছৰ বজাৰত গ্ৰাহকৰ হাহাকাৰ

বৃদ্ধি পাইছে থলুৱা মাছৰ দাম

একাংশ ব্যৱসায়ীয়ে লৈছে ইয়াৰ সুযোগ

মাছ খাবলৈ বহুবাৰ চিন্তা কৰিছে গ্ৰাহকে

ভকুৱা মাছৰ দাম বৃদ্ধি পাইছে ১০০-২০০ টকালৈ

শিঙি মাছৰ দাম হৈছেগৈ ৮০০ টকা পৰ্যন্ত

মাগুৰ মাছৰ দাম হ’লগৈ প্ৰতিকিলোত ১৬০০ টকা

Category