প্ৰসংগঃ প্ৰশ্নকাকত ফাদিল! আকৌ গ্ৰেপ্তাৰ ইজনৰ পিছত সিজন শিক্ষক

HSLC Paper Leak

অব্যাহত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত।লখিমপুৰত পুনৰ ৩জনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। প্ৰণৱ দত্ত বাহিনীৰ পৰা প্ৰশ্নকাকত লৈ বিক্ৰীৰ অভিযোগ। গ্ৰেপ্তাৰ জগন্নাথ পেগু, পুৰ্নকান্ত পেগু, টুটু শৰ্মা। জগন্নাথ পেগু, পুৰ্নকান্ত পেগু পেছাত শিক্ষক। তিনিওকে CIDৰ মাৰাথন জেৰাউল্লেখ্য যে, সোমবাৰৰ দিনটোত লখিমপুৰৰ বিভিন্ন ঠাইৰ পৰা  আৰক্ষীয়ে আটক কৰিছিল ৫ জন ব্যক্তিক।

Category