প্ৰসংগঃ ‘ নীলমণি ফুকনৰ গোপন চিঠি’ , ৩১ জানুৱাৰীৰ পাছতহে চিঠিখন খুলিবলৈ আহ্বান পত্নী দুলুমণি ফুকনৰ

Nilamani Phukan

প্ৰয়াত নীলমণি ফুকনৰ গোপন চিঠি খন তেখেতৰ আদ্যশ্ৰাদ্ধ ৩১ জানুৱাৰীৰ পিছতহে নিত্য বৰাক আহ্বান  আহ্বান জনালে কাব্যঋষিৰ পত্নীয়ে। পত্ৰযোগে নিত্য বৰাক আহ্বান পত্নী দুলুমণি ফুকনৰ। নিত্য বৰাৰ হাতত আছে নীলমণি ফুকনৰ গোপন চিঠি। মঙলবাৰে চিঠিখন ৰাজহুৱা কৰাৰ কথা কৈছিল বৰাই। কবিপত্নীৰ আহ্বানলৈ সঁহাৰি নিত্য বৰাৰ।

Category