ভালখবৰ! গুৱাহাটীত অনুষ্ঠিত হ’ব এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

India

অসমবাসীৰ বাবে সুখবৰ! বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেছ। ভাৰত আৰু শ্ৰী-লংকাৰ মাজত হ’ব এই খেল। ১০ জানুৱাৰীত অনুষ্ঠিত হ’ব খেল খন।

Category