Director of Growth

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে গুৱাহাটীৰ লতাশিলস্থিত ভেক্টৰ একাডেমীয়ে বহু উদগণিমূলক ছাত্ৰ-বৃত্তিৰ প্ৰচেষ্টা হাতত লৈছে।

JEE/NEETৰ বাবে নিৰ্ভৰযোগ্য শিক্ষা প্ৰতিষ্ঠান, ভেক্টৰ একাডেমীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ তথা অসমৰ ভিতৰত শীৰ্ষ স্থান দখল কৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক শাখাত নামভৰ্ত্তি কৰালে  ১০০% ছাত্ৰবৃত্তিৰ লগতে সম্পূৰ্ণ বিনামূলীয়া হোষ্টেলৰ ব্যাৱস্থা কৰা হৈছে ।