পাকিস্তানৰ ভয়ংকৰ বিস্ফোৰণ;নিহত ৬গৰাকী,আহত ১২গৰাকী UB Photos November 11 / 2025 পাকিস্তানৰ ৰাজধানী ইছলামবাদত ভয়ংকৰ বিস্ফোৰণ। মঙলবাৰে ইছলামবাদ উচ্চ ন্যায়ালয়ৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনাটো। জানিব পৰা মতে, আদালতৰ বাহিৰত ৰখাই থোৱা এখন বাহনত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণৰ ফলত নিহত ৬গৰাকীকৈ লোক। আহত ১২গৰাকী। Tags UB media UB News UB Photos Read more about পাকিস্তানৰ ভয়ংকৰ বিস্ফোৰণ;নিহত ৬গৰাকী,আহত ১২গৰাকীLog in to post comments