তিতাসুৱাদযুক্ত নিম পাতৰ আছে বহুতো উপকাৰিতা! জানো আহক- 

Medical Tips

সহজতে উপলব্ধ নিমপাতৰ বহুতো উপকাৰী গুণ আছে। বসন্তকালত আই, হাৰপিছ আৰু অন্যান্য সংক্ৰামক ৰোগ বৃদ্ধি হয়, এই সংক্ৰমণ প্ৰতিহত কৰিবলৈ, নিম পাত নিয়মীয়াকৈ খাব লাগে।
জণ্ডিচ, ইনফ্লুৱেঞ্জা, ভাইৰেল জ্বৰ প্ৰতিৰোধ কৰাত নিম পাতৰ ৰস উপকাৰী । চকু আৰু ছালৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাতো নিম পাতে সহায় কৰে।
অৱশ্যে আয়ুৰ্বেদিক আৰু কবিৰাজীৰ মতে, পাঁচ বছৰৰ তলৰ গৰ্ভৱতী মহিলা আৰু শিশুক নিম পাত দিব নালাগে।
 

Category