বিধানসভাৰ কৰ্মচাৰীৰ বাবে নিৰ্ধাৰন হ'ল ড্ৰেছ ক’ড। বিধানসভাৰ অধিৱেশন চলি থকা সময়ত ড্ৰেছ ক’ড বাধ্যতামূলক। পুৰুষে ফৰ্মেল ড্ৰেছ আৰু মহিলাই পৰিধান কৰিব লাগিব মেখেলা ছাডৰ অথবা শাৰী। জিনছ,টি ছাৰ্ট,লেগিংছ পিন্ধি বিধানসভালৈ আহিব নোৱাৰিব। পৰৱৰ্তী বিধানসভা অধিৱেশনৰ পৰা কাৰ্যকৰী হব এই নিয়ম।
Category
- Log in to post comments