UB Photos February 18 / 2022 অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সুগন চন্দ্ৰ জৈনৰ দেহাৱসান। ডিব্ৰুগড়ত নিজ বাসগৃহত নিশা ১ বজাত দেহাৱসান হয় ডাঃ সুগন চন্দ্ৰ জৈনৰ। ১৯৯১ চনত AMCৰ অধ্যক্ষ হিচাবে অৱসৰ লোৱা জ্যেষ্ঠ চিকিৎসকগৰাকী দীর্ঘদিন ধৰি আসুস্থ হৈ আছিল। Category News Log in to post comments