লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেলৰ সমীপত পথ দুৰ্ঘটনা

accident

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন বিমানবন্দৰৰ টাৰ্মিনেলৰ সমীপত পথ দুৰ্ঘটনা ।

বিমানৰ ইন্ধন কঢ়িয়াই অনা NL 01AF 6011 নম্বৰৰ ট্ৰেংকাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ৰাজপথত ।

এই পথ দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই যদিও বাহনখনত কঢ়িয়াই অনা তেল বাগৰি পৰা।

ঘটনাস্থলীত উপস্থিত আজাৰা যান বাহন আৰক্ষী আৰু দক্ষিণ কামৰূপৰ মিৰ্জাৰ অগ্নিনিৰ্বাপক বাহিনী ।

Category