গুৱাহাটীত সংঘটিত হৈছে দলবদ্ধ বলাৎকাৰৰ ঘটনা, বিৰুবাৰী থানাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ২ অভিযুক্ত........

Ghy

গুৱাহাটীত সংঘটিত হৈছে দলবদ্ধ বলাৎকাৰৰ ঘটনা

বিৰুবাৰী থানাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ২ অভিযুক্ত

দীৰ্ঘদিন ধৰি বলাৎকাৰ এগৰাকী কিশোৰীক

নয়ন বাঢ়ৈ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ

আন এজন কিশোৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে

কিশোৰীগৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত গোচৰ

বিৰুবাৰীৰ শংকৰপুৰৰ এই ঘটনাক লৈ চাঞ্চল্য

পিতৃৰ সৈতে ভাৰাঘৰত আছিল নিৰ্যাতিত কিশোৰীগৰাকী

অভিযুক্ত এজন ভাৰা ঘৰৰ মালিকৰ পুত্ৰ

Category