নাজিৰা থানাত হাজিৰ APS শুভলক্ষ্মী দত্ত! নাজিৰা থানাত 36/2023 নম্বৰ ধাৰাত ৰুজু গোচৰ।

subha

নাজিৰা থানাত হাজিৰ APS শুভলক্ষ্মী দত্ত

আত্মসমৰ্পণৰ পিছতেই নাজিৰা থানাত শুভলক্ষ্মী

নাজিৰা আৰক্ষীৰ সোধা-পোছা শুভলক্ষ্মীক

নাজিৰা থানাত 36/2023 নম্বৰ ধাৰাত ৰুজু গোচৰ

২৬ আগষ্টত অনিমা প্ৰজাই ৰুজু কৰিছিল গোচৰ

বনকৰা মহিলাৰ গোচৰৰ ভিত্তিত সোধা-পোছা

শুভলক্ষ্মী জামিনবিহিন ধাৰা আৰোপ

আজি বিশেষ আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

নাজিৰা ক’ৰ্টত হাজিৰ কৰোৱাৰ সম্ভাবনা

Category