Arvind Kejriwal

অৱশেষত জামিন পালে অৰবিন্দ কেজৰিৱালে
উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে অন্তৱৰ্তীকালীন জামিন
১ জুনলৈ জামিন মঞ্জুৰ সৰ্বোচ্চ ন্যায়ালয়ৰ
২ জুনত পুনৰ আত্মসমৰ্পণ কৰিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীয়ে
দেশৰ যিকোনো প্ৰান্ততে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব কেজৰিৱালে
বৰ্তমান তিহাৰ জেলত কাৰাবন্দী হৈ আছে অৰবিন্দ কেজৰিৱাল
আজি সন্ধিয়ালৈ মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা
দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল কেজৰিৱাল