IPL

IPL মেচক লৈ গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা
১৫ আৰু ১৯ মে’ৰ বাবে পথ নিৰ্দেশনা জাৰি যান-বাহন আৰক্ষীৰ
মহানগৰীৰ কেইবাটাও পথত থাকিব নিষেধাজ্ঞা
বিয়লি ৩ বজাৰ পৰা নিশা ৩ বজালৈ নিষেধাজ্ঞা জাৰি
২৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা
GS ৰোড, বি কে কাকতি ৰোড, এ কে আজাদ ৰোড
এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোড, এফ এ ৰোড
বিষ্ণুপুৰ ৰোড, এম জি ৰোড, জি এন বি ৰোড
ঢপলীয়া ৰোড, কাহিলিপাৰা ৰোডত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল
তিনিচকীয়া সামগ্ৰী কঢ়িওৱা বাহনৰো চলাচল বন্ধ থাকিব এইসমূহ পথত
আৰ্য নগৰৰ পৰা লখৰা চাৰিআলিলৈ হ’ব ONE WAY