ভোটাৰক প্ৰলোভিত কৰিব নোৱাৰিব ৰাজনৈতিক দলে, এই নিৰ্দেশনা নিৰ্বাচন আয়োগৰ....

Election

ৰাজনৈতিক দলসমূহলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা
ভোটাৰক প্ৰলোভিত কৰিব নোৱাৰিব ৰাজনৈতিক দলে
গেৰাণ্টী কাৰ্ড বিতৰণতো নিষেধাজ্ঞা জাৰি
আৰ্থ-সামাজিক সমীক্ষা আৰু জৰীপতো নিষেধাজ্ঞা
সামাজিক মাধ্যমযোগে দিব নোৱাৰিব প্ৰলোভন
হোৱাটছএপযোগেও প্ৰলোভন দিয়াত বাধা
বিচাৰিব নোৱাৰিব ভোটাৰৰ ফোন নম্বৰ
ৰেচন কাৰ্ড, আধাৰকাৰ্ড, বুথ নম্বৰ সংগ্ৰহ কৰাটো বাধা আয়োগৰ
ভোটাৰক প্ৰলোভন দিয়া বিজ্ঞাপনৰ ক্ষেত্ৰতো নিষেধাজ্ঞা
ভোটাৰৰ বেংক একাউণ্টৰ তথ্য ল’ব নোৱাৰিব ৰাজনৈতিক দলে

Category
Profile picture for user UB Photos