Assam

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত IPLৰ মহাৰণ
বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব IPLৰ দুখন মেচ
১৫ মে’ত মুখামুখি হ’ব পাঞ্জাৱ বনাম ৰাজস্থান 
১৯ মে’ত ৰাজস্থানৰ মুখামুখি হ’ব কলকাতা
IPLৰ মেচক লৈ সংবাদ মেল ৰাজস্থান ৰয়েলছৰ
সংবাদ মেল BCCIৰ যুটীয়া সম্পাদক দেৱজিত লন শইকীয়াৰ
উপস্থিত ৰাজস্থান ৰয়েলছৰ স্বত্ত্বাধিকাৰী ৰণজিৎ বৰঠাকুৰ