Side Effects

ক’ভিশ্বীল্ডৰ পিছত এইবাৰ ক’ভাক্সিনক লৈ চাঞ্চল্য
বেনাৰস হিন্দু ইউনিভাৰচিটীৰ গৱেষণাত ভয়ংকৰ তথ্য
ক’ভাক্সিন ভেকচিনৰ আছে বহু পাৰ্শ্ব প্ৰতিক্ৰিয়া
দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত ঘোষণা এদল গৱেষকৰ
১,০২৪গৰাকী লোকৰ ওপৰত চলোৱা হৈছিল অধ্যয়ন
ক’ভাক্সিন লোৱা ৩০ শতাংশ লোকৰ দেহত পাৰ্শ্বক্ৰিয়া
বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ক’ভাক্সিন লোৱা লোক
ছাল আৰু শ্বাসনলীৰ সমস্যাত ভুগিছে বহু লোক
তেজ গোটমৰা ৰোগতো আক্ৰান্ত হৈছে বহুজন
ঋতুস্ৰাৱৰ সময়ত সমস্যাৰ সন্মুখীন বহু মহিলা
চকুৰ সমস্যাত আক্ৰান্ত হৈছে ২.৭ শতাংশ মহিলা
বহু যুৱকৰ দেহত গাঁঠিৰ বিষৰ সমস্যা!