Enforcement Directorate


তনবীৰ ইউচুফ আহমেদ, মাচুম ইউচুফ আহমেদৰ বিৰুদ্ধে তদন্ত
কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষেও চলাইছিল অভিযান 
আয়বহির্ভূত সম্পত্তিৰ গোচৰত CMVএ চলাইছিল অভিযান
CMVৰ গোচৰত কাৰাবন্দী অৱস্থাতে আছে দুয়ো
CMVৰ পিছত এইবাৰ EDয়েও চলাব তদন্ত
শীঘ্ৰে দুয়োৰে সম্পত্তি বাজেয়াপ্ত হোৱাৰ সম্ভাৱনা