পাকিস্তান সংযোগ বিতৰ্কৰ মাজতে APCCৰ সভাপতি গৌৰৱ গগৈক বিশেষ দায়িত্ব UB Photos February 24 / 2026 সাংসদ গৌৰৱ গগৈক বিশেষ দায়িত্ব প্ৰদান লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ। ভাৰত-ফিলিপাইনচ মৈত্ৰী গোটৰ দলপতিৰ দায়িত্ব প্ৰদান সাংসদগৰাকীক। কূটনৈতিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ সুদৃঢ়কৰণৰ বাবে গঠন কৰা হৈছে এই গোট। Tags UB media UB News UB Photos Read more about পাকিস্তান সংযোগ বিতৰ্কৰ মাজতে APCCৰ সভাপতি গৌৰৱ গগৈক বিশেষ দায়িত্বLog in to post comments